Published on:
Updated on:
- কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিশেষ সিদ্ধান্ত গ্ৰহণ।
- সোমবাৰ, ১৪জুন ২০২১ৰ পৰা কাৰ্যালয়লৈ যাব লাগিব ভেকচিনৰ দুয়োটা ড'জ লোৱা সকলো চৰকাৰী কৰ্মচাৰী৷
- এই সন্দৰ্ভত ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।
- উল্লেখ্য যে, কোৰোনাকেন্দ্ৰিক জটিল পৰিস্থিতিৰ মাজতে চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিছিল চৰকাৰে।
- কিন্তু শেহতীয়াকৈ পৰিস্থিতি কিছু উন্নত হোৱা হেতুকে এই সিদ্ধান্ত গ্ৰহণ ৰাজ্য চৰকাৰৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in