অসমত লকডাউন বৃদ্ধি কৰা হ’বনে! কাইলৈ চৰকাৰে কৰিব আলোচনা…

অসমত লকডাউন বৃদ্ধি কৰা হ’বনে! কাইলৈ চৰকাৰে কৰিব আলোচনা…
  • দেওবাৰে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেটৰ বৈঠক।
  • বৈঠকতে লকডাউনৰ সময়সীমাৰ ওপৰত আলোচনা কৰা হব।
  • ইফালে শনিবাৰে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰীয়ে লকডাউন বৃ্দ্ধি কৰাৰ স্পষ্ট ইংগিত।
  • ৩০ এপ্ৰিলৰ লৈকে লকডাউন সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা কেন্দ্ৰৰ।
  • অসম চৰকাৰে পূৰ্বে কেন্দ্ৰৰ সিদ্ধান্তকে গ্ৰহণ কৰা হব বুলি জনাইছিল সংবাদ মাধ্যমক।
  • এইদিশলৈ চাই অসমতো লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in