New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
- দেওবাৰে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেটৰ বৈঠক।
- বৈঠকতে লকডাউনৰ সময়সীমাৰ ওপৰত আলোচনা কৰা হব।
- ইফালে শনিবাৰে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰীয়ে লকডাউন বৃ্দ্ধি কৰাৰ স্পষ্ট ইংগিত।
- ৩০ এপ্ৰিলৰ লৈকে লকডাউন সম্প্ৰসাৰণ কৰাৰ সম্ভাৱনা কেন্দ্ৰৰ।
- অসম চৰকাৰে পূৰ্বে কেন্দ্ৰৰ সিদ্ধান্তকে গ্ৰহণ কৰা হব বুলি জনাইছিল সংবাদ মাধ্যমক।
- এইদিশলৈ চাই অসমতো লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।