তেজপুৰলৈ ভাল খবৰ! বাজেটত অসমলৈ প্ৰথমটো উপহাৰ...

খেল আৰু খেলুৱৈৰ বিকাশৰ বাবে কাম কৰা হ'ব আগন্তুক ৫বছৰত। নাৰিকল, কাজু, চন্দন উতপাদনৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰা হ'ব। লাখপতি বাইদেউ আঁচনি আমাৰ যথেষ্ট সফল হৈছে। আত্মনিৰ্ভৰ হৈছে মহিলাসকল।

author-image
Asomiya Pratidin
New Update
jnfgkjghfkhgk.jpg
  • খেল আৰু খেলুৱৈৰ বিকাশৰ বাবে কাম কৰা হ'ব আগন্তুক ৫বছৰত।
  • নাৰিকল, কাজু, চন্দন উতপাদনৰ বাবে অধিক গুৰুত্ব প্ৰদান কৰা হ'ব।
  • লাখপতি বাইদেউ আঁচনি আমাৰ যথেষ্ট সফল হৈছে। আত্মনিৰ্ভৰ হৈছে মহিলাসকল।
  • ১৫টা পুৰাতাত্বিক স্থলৰ বিকাশৰ বাবে প্ৰদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে।
  • দিব্যাংগ সহায়ক যোজনাৰ বাবে বিশেষ কেন্দ্ৰ স্থাপন কৰা হ'ব। 
  • বাজেটত অসমলৈ প্ৰথমটো উপহাৰ। তেজপুৰৰ মানসিক স্বাস্থ্য উন্নয়ন কেন্দ্ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নত কৰা হ'ব।
  • উত্তৰ-পূবৰ ৫ৰাজ্যত স্থাপন কৰা হ'ব ৫টা অত্যাধুনিক পৰ্যটন কেন্দ্ৰ। 
  • উত্তৰ-পূবৰ বাবে ৪হাজাৰ ইলেক্টিক বাছৰ উপহাৰ দিব কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ বাবে বিশেষ আঁচনি প্ৰস্তুত। 

বাজেট কেন্দ্ৰীয় বাজেট