কোৰোনাৰ সৈতে যুঁজিবলৈ দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃয়ে দিলে ১ লাখ টকাৰ বৰঙণি…

কোৰোনাৰ সৈতে যুঁজিবলৈ দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃয়ে দিলে ১ লাখ টকাৰ বৰঙণি…
  • দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃয়ে প্ৰধানমন্ত্ৰীৰ আৰোগ্য নিধিলৈ আগবঢ়ালে আৰ্থিক সাহায্য।
  • কোৰোনা ভাইৰাছৰ সৈতে যুঁজিবলৈ ১ লাখ টকা আগবঢ়ালে শান্তি গগৈয়ে।
  • ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ কুমাৰ ঝাক প্ৰদান কৰিলে বৰঙণিৰ চেকখন।
  • যোৱা শুকুৰবাৰেই এই ধনৰাশি প্ৰদান কৰে শান্তি গগৈয়ে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in