New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/MAT-1.jpg)
- দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃয়ে প্ৰধানমন্ত্ৰীৰ আৰোগ্য নিধিলৈ আগবঢ়ালে আৰ্থিক সাহায্য।
- কোৰোনা ভাইৰাছৰ সৈতে যুঁজিবলৈ ১ লাখ টকা আগবঢ়ালে শান্তি গগৈয়ে।
- ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ কুমাৰ ঝাক প্ৰদান কৰিলে বৰঙণিৰ চেকখন।
- যোৱা শুকুৰবাৰেই এই ধনৰাশি প্ৰদান কৰে শান্তি গগৈয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us