Published on:
Updated on:
- অসমতো কোৰোনা ভাইৰাছত এজন আক্ৰান্তৰ সন্দেহ।
- কেৰালাৰ পৰা অহা মৰিগাঁৱৰ যুৱকৰ শৰীৰত কৰণা ভাইৰাছৰ সন্দেহ।
- বৰঝাৰ বিমান বন্দৰত কৰা পৰীক্ষাৰ অন্তত তেওঁৰ শৰীৰত কোৰোনা ভাইৰাছৰ অৱস্থিতি আছে বুলি সন্দেহ।
- বৰ্তমান জি এম চি এইচত চিকিৎসকে পৰীক্ষা-নিৰীক্ষা চলাই আছে।
- স্পষ্ট হোৱা নাই যুৱকগৰাকীৰ দেহত কোৰোনা ভাইৰাছৰ অৱস্থিতি আছে নে নাই।
- চিকিৎসকে সদৰী কৰা নাই কোনো তথ্য।
Code:
Asomiya Pratidin
www.asomiyapratidin.in