ক্ৰমাৎ হ্ৰাস পাইছে সংক্ৰমণঃ অসমত ১৯৩জন কোৰোনাত আক্ৰান্ত…

ক্ৰমাৎ হ্ৰাস পাইছে সংক্ৰমণঃ অসমত ১৯৩জন কোৰোনাত আক্ৰান্ত…
  • অসমত পুনৰ ১৯৩জন কোৰোনাত আক্ৰান্ত।
  • ইয়াৰে ১০৩জন কামৰূপ মেট্ৰ'ৰ, ২১জন যোৰহাটৰ , ৯জন কাচাৰৰ আৰু ৭জন নগাঁৱৰ।
  • এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬০২৯০৫জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৩২৪জন লোক।
  • আনহাতে, উক্ত দিনটোত অসমত কোৰোনাত আক্ৰান্ত ১জনৰ মৃত্যু।
  • উল্লেখ্য যে, অসমত এতিয়াও কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৮৩৯জন ৰোগী।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in