Published on:
Updated on:
- অসমত কোৰোনাত আক্ৰান্ত হৈছে আৰু এগৰাকী ব্যক্তি।
- টুইটাৰযোগে এই কথা সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
- আক্ৰান্ত হোৱা লোকজন হৈছে ধুবুৰীৰ।
- দিল্লীৰ নিজামুদ্দিন দৰগাহৰ মাৰ্কাজত অংশ লৈছিল লোকজনে।
- মঙলবাৰে পুৱা সকলো পৰীক্ষাৰ অন্তত লোকজন কোৰোনাত আক্ৰান্ত বুলি নিশ্চিত হয়।
- এই লোক জনক ধৰি অসমত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২৭ লৈ বৃদ্ধি।
Code:
Asomiya Pratidin
www.asomiyapratidin.in