কেবিনেটৰ সিদ্ধান্তঃ নামৰূপ সাৰ কাৰখানাত হ'ব ১০,৬০১ কোটি টকাৰ প্রকল্প

নামৰূপৰ আছাম ভেলী ফাৰ্টিলাইজাৰ কোম্পানীক লৈ কেবিনেটত সিদ্ধান্ত। ১২.৭৮লাখ মেট্রিক টন এম’নিয়া প্রস্তুত কৰিব পৰা যাব এই প্রকল্পত। প্রকল্পটো সন্দৰ্ভত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ

author-image
Asomiya Pratidin
New Update
hbs
  • মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
  • নামৰূপৰ আছাম ভেলী ফাৰ্টিলাইজাৰ কোম্পানীক লৈ কেবিনেটত সিদ্ধান্ত
  • ১২.৭৮লাখ মেট্রিক টন এম’নিয়া প্রস্তুত কৰিব পৰা যাব এই প্রকল্পত
  • প্রকল্পটো সন্দৰ্ভত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ
  • নামৰূপ সাৰ কাৰখানাত হ'ব ১০,৬০১ কোটি টকাৰ প্রকল্প 
  • প্ৰকল্পটোত অসম চৰকাৰে ব্যয় কৰিছে ৪০% ধন
  • এই ধন ব্যয় কৰিবৰ বাবে আজি উদ্যোগ বিভাগক কৰ্তৃত্ব প্রদান
  • ৪৬০জনে স্থায়ী আৰু ১৫০০জনে অস্থায়ীভাৱে নিযুক্তি লাভ কৰিব
  • ডিচেম্বৰ মাহত প্রধানমন্ত্রীয়ে এই নতুন প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব
Cabinet Decisions cabinet meeting