কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ বাবে ১০০ বিঘা ভূমি আবণ্টন

ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

author-image
Asomiya Pratidin
New Update
66
  • ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।
  • JJMৰ বাবে অপাৰেশ্যন মেইনটেনেঞ্চ পলিচিত অনুমোদন।
  • অনুমোদনৰ পাছত JJMৰ ঠিকাদাৰে অনাদায় ধন পোৱাৰ পথ মুকলি হ’ব।
  • IIMৰ স্থায়ী চৌহদৰ বাবে মাটি আবণ্টনত অনুমোদন।
  • ১৪ ফেব্রুৱাৰীত অস্থায়ী চৌহদটো মুকলি কৰিব প্রধানমন্ত্রীয়ে।
  • মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অভিযানৰ বাবে ৮০০ কোটি টকাৰ অনুমোদন।
  • অষ্টম অসম পে কমিছনত অনুমোদন।
  • সৰ্থেবাৰীত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ বাবে ১০০ বিঘা ভূমি আবণ্টন।
  • নৱোদয় বিদ্যালয়ৰ বাবে শোণিতপুৰ, চৰাইদেউ আৰু চন্দ্রপুৰত ভূমি আবণ্টন।
অসম কেবিনেট