লকডাউনৰ মাজতে সম্পূৰ্ণৰূপে ছীল কৰা হ’ল ভাৰত-বাংলাদেশ সীমান্ত…

লকডাউনৰ মাজতে সম্পূৰ্ণৰূপে ছীল কৰা হ’ল ভাৰত-বাংলাদেশ সীমান্ত…

author-image
asomiyapratidin
New Update
লকডাউনৰ মাজতে সম্পূৰ্ণৰূপে ছীল কৰা হ’ল ভাৰত-বাংলাদেশ সীমান্ত…

  • লকডাউনৰ মাজতে সম্পূৰ্ণৰূপে ছীল কৰা হ'ল ভাৰত-বাংলাদেশ সীমান্ত।
  • সীমান্ত ছীল কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ দিছিল কেন্দ্ৰীয় চৰকাৰে।
  • শনিবাৰে কৰিমগঞ্জ জিলাৰ সীমান্তৰ সকলো গেট বন্ধ কৰি দিয়ে প্ৰশাসনে।
  • কোৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল এই সিদ্ধান্ত।