Published on:
Updated on:
- অৰুণ জেটলীৰ স্বাস্থ্য আৰু অধিক অৱনতি।
- এইমছৰ এক সূত্ৰই সদৰী কৰিছে এই তথ্য।
- শুকুৰবাৰে ডাইলেছিছ কৰা হৈছিল প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ।
- ইয়াৰ পাছতেই স্বাস্থ্যৰ অধিক অৱনতি ঘটে তেওঁৰ।
- কেইবাগৰাকীও চিকিৎসকে চলাই আছে চিকিৎসা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in