ৰৈ ৰৈ বিনালে চাই থাকোতে অসুস্থ হৈ পৰিল অৰুণ গাৰ্গ

ৰৈ ৰৈ বিনালে চাই থকা অৱস্থাত অকস্মাতে অসুস্থ অৰুণ গাৰ্গ। যোৰহাটত চাই আছিল জুবিন গাৰ্গৰ সপোনৰ চিনেমাখন

author-image
Asomiya Pratidin
New Update
94
  • ৰৈ ৰৈ বিনালে চাই থকা অৱস্থাত অকস্মাতে অসুস্থ অৰুণ গাৰ্গ।
  • যোৰহাটত চাই আছিল জুবিন গাৰ্গৰ সপোনৰ চিনেমাখন।
  • ইলি হলত ৰৈ ৰৈ বিনালে চাই আহিছিল অৰুণ গাৰ্গে।
  • ইতিমধ্যে তেওঁক চিকিৎসালয়লৈ নিয়া বুলি জানিব পৰা গৈছে।
ৰৈ ৰৈ বিনালে