চিআইডিৰ কাৰ্যালয়ত প্রথমবাৰৰ বাবে উপস্থিত অৰুণ গাৰ্গ

আজি চিআইডি কাৰ্যালয়ত প্রথমবাৰৰ বাবে উপস্থিত হ'ল অৰুণ গাৰ্গ। চিআইডিয়ে ভাষ্য গ্রহণ কৰিলে অৰুণ গাৰ্গৰ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-12 at 2.44.16 PM

ডিজিটেল ডেস্কঃ আজি চিআইডি কাৰ্যালয়ত প্রথমবাৰৰ বাবে উপস্থিত হ'ল অৰুণ গাৰ্গ। চিআইডিয়ে ভাষ্য গ্রহণ কৰিলে অৰুণ গাৰ্গৰ। এই অৰুণ গাৰ্গ আছিল জুবিন গাৰ্গৰ ভাতৃসম সহযোগী। জুবিন গাৰ্গৰ শেষকৃত্যও সম্পন্ন কৰিছিল এইজন অৰুণ গাৰ্গে।

WhatsApp Image 2025-10-12 at 2.43.02 PM
জুবিনৰ সৈতে অৰুণ

ইফালে চিআইডিৰ কাৰ্যালয়ৰ সন্মুখত অৰুণ গাৰ্গে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। জুবিনৰ তদন্তৰ নামত কিয় ইমান সময় লাগিছে বুলি প্ৰশ্ন উত্থাপন কৰি অৰুণ গাৰ্গে কয়, কিয় ইমান টাইম লাগিছে? অতি সোনকালে দাদাৰ ন্যায় লাগে। কালি গোটেই ৰাতি বৌয়ে কান্দি আছে। মই ঘৰত কাম কৰো, দাদাৰ লগত থাকো। মই এইবিলাক একো নাজানো, মোক অকল দাদাৰ ন্যায় লাগে। অৰুণৰ এই মন্তব্যই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। 

জুবিন গাৰ্গ জুবিন