New Update
/asomiyapratidin/media/media_files/2025/04/30/VvQ5Z49isnWJSvvz9XIw.jpg)
কলা শাখা web Photograph: (কলা শাখা web)
- কলা শাখাত উৰ্ত্তীণৰ হাৰৰ শীৰ্ষত বাক্সা জিলা।
- জিলাখনৰ উৰ্ত্তীণৰ হাৰ ৯৫.২১ শতাংশ।
- উৰ্ত্তীণৰ হাৰত কলা শাখাত দ্বিতীয় স্থানত আছে দৰং জিলা।
- জিলাখনত উৰ্ত্তীণৰ হাৰ ৯৩.৮২শতাংশ।
- কলা শাখাত উৰ্ত্তীণৰ হাৰত সৰ্বনিম্ন কাছাৰ জিলা।
- জিলাখনত উৰ্ত্তীণৰ হাৰ ৫৮.৯৬শতাংশ।
- লখিমপুৰ জিলাত কলা শাখাত উৰ্ত্তীণৰ হাৰ- ৯০.৫০শতাংশ।
- শিৱসাগৰ জিলাত কলা শাখাত উৰ্ত্তীণৰ হাৰ- ৯০.৭৮ শতাংশ।
- ধেমাজি জিলাত কলা শাখাত উৰ্ত্তীণৰ হাৰ- ৮৯.৮২শতাংশ
- নগাওঁ জিলাত কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮৮.২৭শতাংশ
- কামৰূপ মেট্ৰত কলা শাখাত উৰ্ত্তীণৰ হাৰ ৭৪.৫৭শতাংশ।
- নলবাৰী জিলাত কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮৯.২৭শতাংশ।