New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/9267e439-e18f-4f24-80f9-33cb27af6d06/111.jpg)
আলফাৰ নামত ধন দাবী কৰা ভুৱা আলফা গ্রেপ্তাৰ
ভুৱা আলফা চিৰাজুল হুছেইনক গ্রেপ্তাৰ
কাকজান দেৱান গাঁৱৰ দুজন লোকক আলফাৰ নামত দাবী কৰিছিল ধন
দাবী পূৰণ নহ’লে পৰিয়ালৰ সদস্যক হত্যাৰ ভাবুকি দিছিল যুৱকজনে
গৌতম অসমৰ নামত ভুৱা পেড ব্যৱহাৰ কৰিছিল ধৃত যুৱকজনে।