আলফাৰ নামত ধন দাবী কৰা ভুৱা আলফা গ্রেপ্তাৰ

আলফাৰ নামত ধন দাবী কৰা ভুৱা আলফা গ্রেপ্তাৰ
  • আলফাৰ নামত ধন দাবী কৰা ভুৱা আলফা গ্রেপ্তাৰ

  • ভুৱা আলফা চিৰাজুল হুছেইনক গ্রেপ্তাৰ

  • কাকজান দেৱান গাঁৱৰ দুজন লোকক আলফাৰ নামত দাবী কৰিছিল ধন

  • দাবী পূৰণ নহ’লে পৰিয়ালৰ সদস্যক হত্যাৰ ভাবুকি দিছিল যুৱকজনে

  • গৌতম অসমৰ নামত ভুৱা পেড ব্যৱহাৰ কৰিছিল ধৃত যুৱকজনে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in