/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/fb499c0b-8054-4cc2-a4c8-66d7afee145b/5.jpg)
-
APSC কেলেংকাৰীক লৈ ডাঙৰ খবৰ
-
তদন্তকাৰী বিষয়া প্ৰতীক থুবেক দায়িত্বৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ
-
SIT ৰ তদন্তক লৈ অসন্তুষ্ট বিশেষ ন্যায়াধীশৰ আদালত
-
DSP তকৈ উচ্চ পৰ্যায়ৰ এগৰাকী বিষয়াক দায়িত্ব অৰ্পণৰ নিৰ্দেশ
-
শেহতীয়াকৈ দাখিল কৰা অভিযোগনামাক লৈ অসন্তষ্ট আদালত