Published on:
Updated on:
- এন এছ জিৰ সঞ্চালক প্ৰধান ৰূপে নিযুক্তি অনুপ কুমাৰ সিঙক।
- ১৯৮৫বৰ্ষৰ আই পি এছ বিষয়া আছিল অনুপ কুমাৰ সিং।
- ২০২০ বৰ্ষৰ ৩০ ছেপ্টেম্বৰলৈকে তেওঁ থাকিব এই দায়িত্বত।
- গুজৰাটৰ আই পি এছ কেডাৰ অনুপ কুমাৰ সিং।
- তেওঁৰ নিযুক্তি সোমবাৰে এপইন্টমেন্ট কমিটী অৱ দ্য কেবিনেট চমুকৈ এ চি চিয়ে অনুমোদন জনাইছিল।
Code:
Asomiya Pratidin
www.asomiyapratidin.in