যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনৰ সংবাদমেল

গুৱাহাটীত প'ষ্ট মেলনৰ সংগীতানুষ্ঠানক লৈ সংবাদমেল। যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনৰ সংবাদমেল সম্বোধন। বাণিজ্যিক বাহনৰ বাবে পুৱা ১০বজাৰ পৰা বন্ধ থাকিব কেইবাটাও পথ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-06 at 7.08.21 PM
  • গুৱাহাটীত প'ষ্ট মেলনৰ সংগীতানুষ্ঠানক লৈ সংবাদমেল
  • যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনৰ সংবাদমেল সম্বোধন
  • বাণিজ্যিক বাহনৰ বাবে পুৱা ১০বজাৰ পৰা বন্ধ থাকিব কেইবাটাও পথ
  • গধুৰ বাণিজ্যিক যান-বাহন চলাচল বন্ধ থাকিবলগীয়া পথকেইটা-
  • ছয়মাইল উৰণ সেতুৰ পৰা খানাপাৰাৰ লটাৰীলৈকে বন্ধ থাকিব
  • ছয়মাইল উৰণ সেতুৰ পৰা বালুঘাট ত্রিপুৰা গলিৰ পৰা জয়ানগৰ চাৰিআলিলৈ বন্ধ থাকিব
  • বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলিললৈ বন্ধ থাকিব
  • জয়ানগৰ চাৰিআলিৰ পৰা আছাম পাব্লিক ছাৰ্ভিচ  কমিছন পইণ্টলৈ বন্ধ থাকিব পথ
  • খানাপাৰাৰ পৰা বশিষ্ঠলৈকে থকা ৰাষ্ট্রীয় ঘাইপথটোৰ ছাৰ্ভিচ ৰোডো বন্ধ থাকিব
  • ন’ পাৰ্কিং হিচাপে থকা স্থানসমূহ হৈছে -
  • জি এছ ৰোডৰ দুয়ো কাষে ছয়মাইলৰ পৰা খানাপাৰা ৰটাৰীলৈকে ন’ পাৰ্কিং
  • জয়ানগৰ চাৰিআলিৰ পৰা ত্রিপুৰা গলি বালুঘাটলৈকে ন’ পাৰ্কিং
  • জয়ানগৰ চাৰিআলিৰ পৰা এপিএছচি পইণ্টলৈকে ন’ পাৰ্কিং
  • ৰাষ্ট্রীয় ঘাইপথৰ ছাৰ্ভিচ ৰোড দুটা ন’ পাৰ্কিং হিচাপে থাকিব
  • ৰাষ্ট্রীয় ঘাইপথৰ খানাপাৰাৰ পৰা গ্রীণউড ৰিজ’ৰ্টলৈকে ন’ পাৰ্কিং
  • মহানগৰ আৰক্ষীয়ে পাৰ্কিঙৰ বাবে কৰা ব্যৱস্থাসমূহ-
  • যিসকল লোক জি এছ ৰোড হৈ গণেশগুৰি ফালৰ পৰা আহিব, তেওঁলোকে ভেটেনাৰী ফাৰ্ম গেট জি এছ ৰোড দিছপুৰত কৰিব পাৰ্কিং
  • পশু চিকিৎসা মহাবিদ্যালয়ত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে
  • পাৰ্কিঙক লৈ আৰক্ষীৰ ছ’চিয়েল মিডিয়া পেজ ফল’ কৰিবলৈ আহ্বান
  • আৰক্ষীৰ ছ’চিয়েল মিডিয়া পেজত সময়ে সময়ে পাৰ্কিঙৰ আপডেট পাই থাকিব দৰ্শকে
  • ৩.৩০ বজাৰ পৰা প্রৱেশ কৰিব পাৰিব পশু চিকিৎসাে মহাবিদ্যালয় খেলপথাৰত
  • ছয় মাইলৰ পৰা খানাপাৰালৈ দুয়ো কাষে বাহন পাৰ্কিং কৰিব নোৱাৰিব
  • ৰাষ্ট্রীয় ঘাইপথৰ দুয়োকাষে, জয়ানগৰত ন’ পাৰ্কিং থাকিব
  • কেইবাটাও স্থানত বাইক, চাৰিচকীয়া বাহনৰ বাবে পাৰ্কিঙৰ ব্যৱস্থা
  • ৩হাজাৰ বাহন, ১২০০ বাইক পাৰ্কিঙৰ ব্যৱস্থা
  • ২০ হাজাৰৰ পৰা ২২হাজাৰ লোক সমবেত হ’ব অনুষ্ঠানত
  • BookMyShowত চল্ড আউট হৈছে অনুষ্ঠানৰ সকলো টিকট
  • সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ'ব আৰু ৫ ঘণ্টা ধৰি চলিব এই অনুষ্ঠান
  • ভাৰতত আমেৰিকান পপষ্টাৰ প’ষ্ট মেলনৰ এইটো দ্বিতীয় কনচাৰ্ট
পপষ্টাৰ প’ষ্ট মেলন