New Update
/asomiyapratidin/media/media_files/2025/08/21/jjjss-2025-08-21-10-02-36.jpg)
- নগাঁও আৰক্ষীৰ জালত ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড অনিৰ্বাণ দেউৰী।
- পুৱতি নিশা নগাঁও সদৰ আৰক্ষী থানালৈ অনা হয় ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড অনিৰ্বাণ দেউৰীক।
- দিল্লীত নগাওঁ আৰক্ষীৰ জালত মহা-প্ৰৱঞ্চক অনিৰ্বাণ দেউৰী।
- পৰিয়ালসহ দিল্লীত আত্মগোপন কৰি আছিল অনিৰ্বাণ দেউৰীয়ে।
- নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলায় দিল্লীৰ পৰা আটক কৰে অনিৰ্বাণক।
- দক্ষিণ দিল্লীৰ ফৰিদাবাদত আত্মগোপন কৰি আছিল অনিৰ্বাণ দেউৰীয়ে।
- ২৮মে'ত গুৱাহাটীৰ পৰা পলায়ণ কৰিছিল অনিৰ্বানে।
- আনহাতে নগাঁও সদৰ থানাত কাশ্যপ ফুকন।
- নগাঁৱৰ পৰাই আটক কৰা হৈছে কাশ্যপ ফুকনকো।
- দুয়োকে আজি নগাঁও সদৰ থানাত জেৰা চলাব নগাঁও আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই।
- পুৱতি নিশা আৰক্ষীয়ে কৰে দুয়োৰে স্বাস্হ্য পৰীক্ষা কৰোৱাই