অন্ধ্ৰপ্ৰদেশত বিধ্বংসী অগ্নিকাণ্ড, ১ কোটি টকাৰ সা-সম্পত্তি ভস্মীভূত…

অন্ধ্ৰপ্ৰদেশত বিধ্বংসী অগ্নিকাণ্ড, ১ কোটি টকাৰ সা-সম্পত্তি ভস্মীভূত…
  • অন্ধ্ৰপ্ৰদেশত ভয়ংকৰ অগ্নিকাণ্ড।
  • ৰাজ্যখনৰ আম্বাজিপেটাৰ এটা ৰছীৰ ফেক্টৰীত এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত প্ৰায় ১ কোটি টকাৰ সা-সম্পত্তি ভস্মীভূত।
  • অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত।
  • বৰ্তমানলৈ কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in