/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/cce8e923-e240-4e17-ac5e-ce110f6befd4/23.jpg)
অনন্ত-ৰাধিকা অথবা আকাশ নহয়, আজি কম মুকেশ আম্বানীৰ জোৱায়েকৰ কথা। যি সময়ত বিয়াৰ জাক-জমকতাত ব্যস্ত আছিল আম্বানী পুত্ৰদ্বয় সেই সময়ত অভিলেখ গঢ়িছিল আম্বানীৰ জোৱাই আনন্দ পীৰামলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/608e67dd-d7e0-405d-9f4c-30ff06f75c2c/ECfK-L6XYAA_ovp.jpg)
আম্বানীৰ কন্যা ইশা আম্বানীৰ স্বামী আনন্দ পীৰামল হৈছে "পীৰামল গ্ৰুপৰ" কাৰ্যবাহী সঞ্চালক। শেহতীয়াকৈ "40 brightest young business leader" ৰ তালিকাত নাম সন্নিবিষ্ট হৈছে আনন্দ পীৰামলৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/855635fc-1576-4d56-9c98-9a355df9f722/k-42.avif)
ইক'ন'মিক টাইমচে প্ৰতিবছৰে এক সমীক্ষা চলাই এই তালিকাখন প্ৰস্তুত কৰি উলিয়ায়। এই তালিকাত গৌতম আদানীৰ পুত্ৰ জীত আদানীৰ নামো সন্নিবিষ্ট হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e37faa9c-c6bb-439a-a8ff-bb20aca69b14/98636519.webp)
এইখিনিতে উল্লেখ কৰাটো প্ৰয়োজন যে,এই সমীক্ষাৰ জুৰি সদস্য আছিল নীতা আম্বানী।