Published on:
Updated on:
- লাডাখৰ কাৰ্গিলত ভূমিকম্পৰ জোকাৰণি।
- নেশ্যনেল চেন্টাৰ ফৰ ছিছম'লজিয়ে এই তথ্য সদৰি কৰিছে।
- পুৱা ৩.৩৭ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।
- ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ৪.৭ বুলি জানিব পৰা গৈছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in