মুখ্য-পৃষ্ঠা পুৱাই ভূমিকম্পই জোকাৰি গ‘ল… পুৱাই ভূমিকম্পই জোকাৰি গ‘ল… asomiyapratidin 08 Nov 2021 08:55 IST Follow UsNew Updateপুৱাই ভূমিকম্পই জোকাৰি গল মণিপুৰক।উখৰুলত পুৱাই অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।পুৱা ৭.৪৮বজাত অনুভূত এই ভূমিকম্প।ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ৪.৪কোনো লোক বা সা-সম্পত্তি ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই। আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক