মাধমাৰঃ বাঢ়িল গাখীৰৰ দাম…

মাধমাৰঃ বাঢ়িল গাখীৰৰ দাম…

author-image
asomiyapratidin
New Update
মাধমাৰঃ বাঢ়িল গাখীৰৰ দাম…

ডিজিটেল ডেস্কঃ সৰ্বাসাধাৰণ লোকক মাধমাৰ দি পুনৰ বৃদ্ধি পালে আমূল গাখীৰৰ দাম। প্ৰতি লিটাৰ গাখীৰত ২টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আমূলে। অহা ১মাৰ্চৰ পৰা এই নতুন নিৰিখ প্ৰযোজ্য হব সমগ্ৰ দেশত। GCMMFয়ে এই সন্দৰ্ভত ইতিমধ্যে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, আমূলে প্ৰতি বছৰে প্ৰতিলিটাৰত ২টকাকৈ দাম বৃদ্ধি কৰি আহিছে। আমূলে সদৰি কৰা অনুসৰি এইবাৰৰ পৰা ক্ষুদ্ৰ গাখীৰ বিক্ৰেতাসকলেও দাম বৃদ্ধি কৰিছে।