ভাল খবৰঃ বিগ বিৰ কোৰোনাৰ ৰিজাল্ট নিগেটিভ…

ভাল খবৰঃ বিগ বিৰ কোৰোনাৰ ৰিজাল্ট নিগেটিভ…

author-image
asomiyapratidin
New Update
ভাল খবৰঃ বিগ বিৰ কোৰোনাৰ ৰিজাল্ট নিগেটিভ…

  • কোৰোনাত আক্ৰান্ত অভিনেতা অমিতাভ বচ্চনৰ কোৰোনাৰ ৰিজাল্ট আহিছে নিগেটিভ।
  • বৃহস্পতিবাৰৰ কোৰোনা পৰীক্ষাত অভিনেতাজনৰ ৰিজাল্ট আহিছে নিগেটিভ।
  • অৱশ্য এতিয়াও তেওঁৰ দুটা কোৰোনা টেষ্ট কৰাবলৈ বাকী আছে।
  • বাকী থকা দুটা টেষ্ট কৰাৰ পাছতহে ঘৰলৈ আহিবলৈ দিব অভিনেতাজনক।
  • বিগত ১২টা দিন হস্পাতালতে আছে অমিতাভ বচ্চন।
  • ইফালে কোৰোনাত আক্ৰান্ত অভিষেক বচ্চনৰ সকলো কোৰোনা পৰীক্ষাৰ ৰিজাল্ট আহিছে নিগেটিভ।
  • বৰ্তমানলৈ ঐশ্বৰ্যা আৰু কন্যা আৰাধ্যাৰ কোৰোনা পৰীক্ষাৰ ৰিৰ্পট অহা নাই।