অহা ৫বছৰত অসমক বানমুক্ত কৰাৰ পৰিকল্পনা ব্যক্ত অমিত শ্বাহৰ

নাটানপুৰৰ বিশাল জনসভাত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ। এতিয়া সীমান্তৰ প্ৰতিখন গাঁৱে পাব সকলো সুবিধা।

author-image
Asomiya Pratidin
New Update
170
  • নাটানপুৰৰ বিশাল জনসভাত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ।
  • এতিয়া সীমান্তৰ প্ৰতিখন গাঁৱে পাব সকলো সুবিধা।
  • অবৈধ দখলকাৰীক অসমৰ ভূমি দখল কৰিবলৈ দিয়া নহ’ব।
  • ৪-৩০ ঘণ্টাত বৰাকৰ পৰা গুৱাহাটীত উপস্থিত হ’ব পাৰিব।
  • অসমত এতিয়া শান্তিৰ বাতাৱৰণ সৃষ্টি হৈছে।
  • এয়া কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দূৰদৰ্শী চিন্তাৰ বাবে সম্ভৱ হৈছে।
  • ১০ বছৰত আমি অসমৰ সুৰক্ষা আৰু বিকাশৰ সৃষ্টি কৰিছো। 
  • এটা সময়ত সীমান্তৰ গাঁৱসমূহক আঁচনিয়ে ঢুকি পোৱা নাছিল।
  • অহা ৫বছৰত অসমক বানমুক্ত কৰাৰ পৰিকল্পনা ব্যক্ত অমিত শ্বাহৰ।
গৃহমন্ত্ৰী অমিত শ্বাহ