‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’

‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত সমগ্ৰ দেশ জ্বলি উঠিছে। দেশবাসীয়ে সেনা জোৱানসকলৰ শ্বহীদ হোৱাৰপাছত ক্ষোভত ফাঁটি পৰিছে। বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

বিজেপি ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বৃহস্পতিবাৰে কয়- 'যিখন কাশ্মীৰৰ কাৰণে এইবোৰ সন্ত্ৰাসবাদী আক্ৰমণ পাকিস্তানে সংঘটিত কৰি আছে, সেইখন কাশ্মীৰৰ সমস্যা পণ্ডিত জৱাহৰলাল নেহৰুৰ বাবে সমাধান হোৱা নাই। যদি চৰ্দাৰ পেটেল দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হোৱা হ'লে আজি দেশত কাশ্মীৰ সন্দৰ্ভত সমস্যা সৃষ্টি নহ'ল হেতেন।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in