প্ৰাৰ্থিত্ব লাভৰ পিছত সোণাই সমষ্টিৰ প্ৰাৰ্থী আমিনুল হক লস্কৰৰ ঘৰত উৎসৱৰ মুখ্য পৰিবেশ

প্ৰদেশ কংগ্ৰেছৰ  ৪২ জনীয়া  প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ পিছতে উৎফুল্লিত হৈ পৰিছে প্ৰাৰ্থিত্ব লাভ কৰা একাংশ কংগ্ৰেছ প্ৰাৰ্থী আৰু সমৰ্থক

author-image
Asomiya Pratidin
New Update
new ap web aminul

ডিজিটেল সংবাদ, শিলচৰ : প্ৰদেশ কংগ্ৰেছৰ  ৪২ জনীয়া  প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ পিছতে উৎফুল্লিত হৈ পৰিছে প্ৰাৰ্থিত্ব লাভ কৰা একাংশ কংগ্ৰেছ প্ৰাৰ্থী আৰু সমৰ্থক। কাছাৰ জিলাৰ সোণাই সমষ্টিত বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা প্ৰাক্তন বিজেপি বিধায়ক আমিনুল হক লস্কৰে প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে শিলচৰৰ তেওঁৰ বাসগৃহত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

শ শ সমৰ্থক  আমিনুল হক লস্কৰৰ বাসগৃহত উপস্থিত হৈ তেওঁক গামোচা পিন্ধাই আদৰণি জনায়। লগতে প্ৰাৰ্থীগৰাকীক লগত লৈ শোভাযাত্ৰাও বাহিৰ কৰে সমৰ্থক সকলে। জাতীয় কংগ্ৰেছ জিন্দাবাদ, প্ৰদেশ কংগ্ৰেছৰ জিন্দাবাদ ধ্বনি দিয়াৰ লগতে ৰাহুল গান্ধী  আৰু গৌৰৱ গগৈৰ নামতো ধ্বনি দিয়ে কংগ্ৰছ কৰ্মী সকলে।

নিৰ্বাচন