Published on:
Updated on:
- লেখিকা-প্ৰযোজক বিন্তা নন্দাৰ বিৰুদ্ধে মানহানিৰ গোচৰ৷
- অভিনেতা আলোক নাথে তৰিলে এই গোচৰ৷
- ইয়াৰ পূৰ্বে বিন্তা নন্দাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল অভিনেতাগৰাকীৰ বিৰুদ্ধে৷
- #MeToo অভিযানৰ জৰিয়তে বিন্তা নন্দাই উত্থাপন কৰিছিল এই অভিযোগ৷
Code:
Asomiya Pratidin
www.asomiyapratidin.in