জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ : ৰাজ্যৰ সকলো বিদ্যালয়ৰ পৰীক্ষা স্থগিত

জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ ৰাজ্যবাসী। ৰাজ্যৰ সকলো বিদ্যালয়ৰ পৰীক্ষা স্থগিত ৰখা নিৰ্দেশ।

author-image
Asomiya Pratidin
New Update
364
  • জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ ৰাজ্যবাসী।
  • ৰাজ্যৰ সকলো বিদ্যালয়ৰ পৰীক্ষা স্থগিত ৰখা নিৰ্দেশ।
  • শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন নোহোৱা পৰ্যন্ত স্থগিত ৰাখিব লাগিব পৰীক্ষা।
  • বিদ্যালয়সমূহৰ পৰিদৰ্শকক শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে দিছে এই নিৰ্দেশ।
জুবিন গাৰ্গ