/asomiyapratidin/media/media_files/2025/12/17/ujjjdd-2025-12-17-11-56-58.jpg)
ডিজিটেল ডেস্কঃ ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডক লৈ এছ আই টিয়ে অভিযোগনামা দাখিল কৰাৰ পিছৰে পৰা ইয়াক লৈ কটাক্ষ কৰি আহিছে বিধায়ক অখিল গগৈয়ে। এই অভিযোগনামাক বিজেপি চৰকাৰৰ ২০২৬ৰ নিৰ্বাচনৰ বাবে ইস্তাহাৰ আখ্যা দিছিল অখিল গগৈয়ে।
ইয়াৰ পাছতে শিৱসাগৰৰ বিধায়কগৰাকীয়ে এই অভিযোগনামাৰ জৰিয়তে দোষীয়ে কঠোৰতম শাস্তি নাপায় বুলিও মন্তব্য কৰিছিল। মঙলবাৰে নিশাও ফেচবুক লাইভত জুবিন গাৰ্গ হত্যাকাণ্ডক লৈ দাখিল কৰা ছাৰ্জশ্বিটখনক লৈ কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে।
এছ আই টিৰ এই ছাৰ্জশ্বিটখনক লৈ বুধবাৰে পুৱাভাগতে পুনৰ এক বিস্ফোৰক ফেচবুক পোষ্ট দিয়ে অখিল গগৈয়ে। তেওঁ নিজা ফেচবুক পেইজত লিখিছে এনেদৰে-
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us