নিশা কাকডোঙা চাঞ্চল্য অজগৰ চাবলৈ ৰাইজৰ ভিৰ…

নিশা কাকডোঙা চাঞ্চল্য অজগৰ চাবলৈ ৰাইজৰ ভিৰ…

author-image
asomiyapratidin
New Update
নিশা কাকডোঙা চাঞ্চল্য অজগৰ চাবলৈ ৰাইজৰ ভিৰ…

ডিজিটেল সংবাদ, কাকডোঙাঃ গোলাঘাট জিলাৰ কাকডোঙাত শুক্ৰবাৰে সন্দিয়া এটা অজগৰ সাপকলৈ চাঞ্চল্য সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে,২ অক্টোবৰ এটা প্ৰকাণ্ড অজগৰ কাকডোঙাৰ মাজুকুচিত স্থাননীয় ৰাইজে উদ্ধাৰ কৰি বনবিভাগৰ ঘটাই দিয়াৰ পিছত।

Advertisment

পুনৰ শুক্ৰবাৰে সন্দিয়া প্ৰায় ১৫ কেজি ওজনৰ এটা প্ৰকাণ্ড অজগৰ সাপ কাকডোঙাৰ মাজুকুচি তিনিআলিত ৰাষ্টাৰে পাৰ হৈ যাবলৈ চেষ্টা কৰোঁতে এজন যুৱকে প্ৰত্যক্ষ কৰে।

ইফালে অজগৰ ওলোৱা খবৰ বিয়পি পৰা লগে লগেই ঘটনাস্থলীত অজগৰ চাবলৈ ৰাইজে ভীৰ কৰে। স্থানীয় ৰাইজে অজগৰটো ধৰি এটা বস্তাত ভৰাই। দেৰগাঁৱৰ বনবিভাগ খবৰ দিয়ে। ততাতৈয়াকৈ বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অজগৰটো উদ্বাৰ কৰি লৈ যায়।