New Update
/asomiyapratidin/media/media_files/2025/08/31/dddddddddd-2025-08-31-15-12-54.jpg)
- BTCৰ পৰিষদীয় নিৰ্বাচনৰ বাবে অগপৰ প্রাৰ্থী তালিকা ঘোষণা।
- ৪টা সমষ্টিত প্রাৰ্থী প্রক্ষেপ অসম গণ পৰিষদৰ।
- ১১নং বাঁওখুশ্রী সমষ্টিত বিষ্টুৰাম নাৰ্জাৰীক প্রাৰ্থিত্ব।
- ২০নং মথনগুৰিত মনমোহন দাস, ৩নং শ্রীৰামপুৰত বিপ্রদ্বীপ তালুকদাৰ।
- ১৯নং ঠুৰিবাৰী সমষ্টিত পাৰ্থজিৎ ৰায়ক প্রাৰ্থিত্ব প্রদান।
- ইফালে আজি বিয়লি ভাগত প্ৰাৰ্থিত্বৰ তালিকা প্ৰকাশ কৰিব বিজেপিয়ে।
- ইতিমধ্যে বি পি এফ আৰু ইউ পি পি এলে প্ৰায়বোৰ সমষ্টিৰ বাবে ঘোষণা কৰিছে প্ৰাৰ্থিত্ব।
- ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদেও দেওবাৰে দিনটোত ঘোষণা কৰিব পাৰে প্ৰাৰ্থিত্ব।