Published on:
Updated on:
- মঙলবাৰে অসম গণ পৰিষদত যোগদান কৰিব পৰমানন্দ ৰাজবংশীয়ে।
- উল্লেখ্য যে, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকী ৰাজনীতত প্ৰৱেশ কৰাৰ বিষয় বহুদিনৰে পৰা চৰ্চাত আছিল।
- অৱশেষত আনুষ্ঠানিকভাৱে তেওঁ যোগদান কৰিব অগপত।
- দিনৰ ১১ বজাত পৰমানন্দ ৰাজবংশীয়ে যোগদান কৰিব অগপত
- গুৱাহাটীৰ অগপৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হৈছে যোগদান কাৰ্যসূচী।
Code:
Asomiya Pratidin
www.asomiyapratidin.in