কোনেও ঘূৰি চোৱা নাই! আমন-জিমনকৈ একোণত ৰৈ থাকিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী...

সকলো বিশ্ব নেতা একলগ হৈছে। হাঁহি-মাতি কথা পাতিছে। এজনে আনজনৰ খবৰ লৈছে। নিজ নিজ দেশৰ ভিন্ন নীতিক লৈ চলিছে আলোচনা। কিন্তু এই সকলোবোৰৰ মাজত এটা কোণত আমন জিমনকৈ থিয় হৈ

author-image
Asomiya Pratidin
New Update
ujjjd

ডিডিটেল ডেস্কঃ সকলো বিশ্ব নেতা একলগ হৈছে। হাঁহি-মাতি কথা পাতিছে। এজনে আনজনৰ খবৰ লৈছে। নিজ নিজ দেশৰ ভিন্ন নীতিক লৈ চলিছে আলোচনা। কিন্তু এই সকলোবোৰৰ মাজত এটা কোণত আমন জিমনকৈ থিয় হৈ আছে এখন দেশৰ প্ৰধানমন্ত্ৰী। তেওঁ হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ।

ujjd

চীনৰ চাংঘাইত অনুষ্ঠিত হোৱা শিখৰ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি আৰু ৰাছিয়াৰ পুটিনৰ সৈতে এক আলোচনাত হাঁহি হাঁহি কথা পাতি আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তিনিওগৰাকী নেতা হাঁহি-মাতি কথা পাতি থকাৰ সময়তে বেৰৰ একোণত অকলে অকলে ৰৈ থাকিল পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকী।

ddddddddd

পাক প্ৰধানমন্ত্ৰীগৰাকীৰ এই বিশেষ ফটোখন ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। সকলোৱে কটাক্ষ কৰিছে পাক প্ৰধানমন্ত্ৰীগৰাকীক। লজ্জাজনক কাম কৰি এতিয়া আমন জিমনকৈ বহি আছে বুলিও কটাক্ষ কৰিছে একাংশ নেটিজনে।

ভাৰত-পাকিস্তান ভ্লাদিমিৰ পুটিন