ৰংজুলি বনাঞ্চল ধ্বংসৰে চাহ বাগিচা নিৰ্মাণ ! প্ৰশাসনৰ দুটাকৈ স্থানত উচ্ছেদ অভিযান...

প্ৰায় ২০ হেক্টৰ বনভূমিত চলিছিল চাহ বাগিচা নিৰ্মাণৰ প্ৰস্তুতি

author-image
Asomiya Pratidin
New Update
গণেশগুৰি উৰণীয়া সেতুত চিটি বাছে মহটিয়াই নিলে ৩ খনকৈ বাহন...

ei muhurtar khabar

  • এইবাৰ প্ৰশাসনৰ হাতুৰা পৰিল ৰংজুলি বনাঞ্চলৰ কেইবাটাও অঞ্চলত।

  • ৰংজুলি বনাঞ্চলৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ পুৱাৰে পৰা উচ্ছেদ অভিযান।

  • ৰংজুলি ৰেঞ্জৰ দেওশিলা, আঠিয়াবাৰীত চলিছে এই উচ্ছেদ অভিযান।

  • বনাঞ্চলখন ধ্বংস কৰি একাংশই নিৰ্মাণ কৰিবলৈ বিচাৰিছিল চাহ বাগিচা।

  • বনাঞ্চলখনৰ প্ৰায় ২০ হেক্টৰ বনভূমি ধ্বংসৰে এই বাগিচা পাতিবলৈ চেষ্টা চলাইছিল অসাধু চক্ৰই।

rongjuli forest