Advertisment

বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান...

২০০২ত বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিক বিষ্ণুৰাভা সন্মানেৰে সন্মানিত কৰিছিল অসম চৰকাৰে । ১৯৩২ চনত শ্বিলঙত জন্ম হোৱা জ্ঞানদা কাকতিয়ে জনপ্রিয় ছবি পিয়লি ফুকন, সৰাপাত, লখিমী, ৰঙা পুলিচ আদিত অভিনয় কৰিছিল ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতি আৰু নাই । শ্বিলঙৰ বেথানী হাস্পতালত শেষ নিশ্বাস ত্যাগ অভিনেত্রীগৰাকীৰ । ‘পাৰঘাট’ চলচ্চিত্রৰ জৰিয়তে বোলছবি জগতত  প্রৱেশ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ।
২০০২ত বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিক বিষ্ণুৰাভা সন্মানেৰে সন্মানিত কৰিছিল অসম চৰকাৰে । ১৯৩২ চনত শ্বিলঙত জন্ম হোৱা জ্ঞানদা কাকতিয়ে জনপ্রিয় ছবি পিয়লি ফুকন, সৰাপাত, লখিমী, ৰঙা পুলিচ আদিত অভিনয় কৰিছিল ।

Advertisment

বুধবাৰে ৯০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে ।