বিতৰ্কিত এচিএছ নূপুৰ বৰাক দুদিনৰ চিএম ভিজিলেন্সৰ জিম্মালৈ প্ৰেৰণ

দুদিনৰ CM ভিজিলেন্সৰ জিম্মালৈ প্ৰেৰণ ACS নূপুৰ বৰাক। মাটি নামজাৰিৰ নথি কেলেংকাৰীৰ অভিযোগত অভিযুক্ত নূপুৰ বৰা। মণ্ডলৰ জৰিয়তে সংঘটিত কৰিছিল ভয়ংকৰ কেলেংকাৰী।

author-image
Asomiya Pratidin
New Update
yweuieu8wu
  • দুদিনৰ CM ভিজিলেন্সৰ জিম্মালৈ প্ৰেৰণ ACS নূপুৰ বৰাক
  • মাটি নামজাৰিৰ নথি কেলেংকাৰীৰ অভিযোগত অভিযুক্ত নূপুৰ বৰা
  • মণ্ডলৰ জৰিয়তে সংঘটিত কৰিছিল ভয়ংকৰ কেলেংকাৰী
  • CM ভিজিলেন্সে তলব কৰিছিল বৰপেটাৰ ৪ গৰাকী মণ্ডলক
  • CM ভিজিলেন্সত উপস্থিত ৪ মণ্ডলক জেৰা অব্যাহত
  • নূপুৰ বৰা আৰু ৪ মণ্ডলক মুখামুখি জেৰা অব্যাহত CM ভিজিলেন্সৰ
  • পূৰ্বেও এই চাৰি মণ্ডলক জেৰা চলাইছিল CM ভিজিলেন্সে
  • মণ্ডলৰ পৰা লগ ইন আইদিৰ পাছৱ’ৰ্ড লৈ নিজেই সকলো জালিয়াতি কৰিছিল নূপুৰ বৰাই
  • নূপুৰ বৰাৰ ভূমি নথিৰ কেলেংকাৰীত জড়িত আছে আৰু বহু কেইগৰাকী লাটমণ্ডল
নূপুৰ বৰা