New Update
/asomiyapratidin/media/media_files/2025/07/16/whatsapp-image-2025-07-16-12-39-35.jpeg)
- টীয়কত কণ্ঠশিল্পী আচুৰ্য বৰপাত্রৰ সহযোগীৰ বাহন দুৰ্ঘটনা
 - নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিৰ খাৱৈত সোমাল বাহনখন
 - দুৰ্ঘটনাত আহত চাৰিগৰাকী লোক
 - নিশা দুলীয়াজানত সংগীতানুষ্ঠান শেষ কৰি ওভতাৰ পথত এই দুৰ্ঘটনা
 - কলিয়াপানীৰ পাৱাৰগ্রীডৰ সমীপতে সংঘটিত দুৰ্ঘটনা
 - আহতসকলক JMCHলৈ প্রেৰণ
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us