Published on:
Updated on:
- ৰাজস্থানৰ জয়পুৰত ভয়ংকৰ দুৰ্ঘটনা।
- জিলাখনৰ চাকচুৰ সমীপৰ ১২নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
- নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ।
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৬ জন যাত্ৰী।
- বাছখনৰ ভিতৰত আছিল মুঠ ২৫ জন যাত্ৰী।
- আহত সকলক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।
- স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
Code:
Asomiya Pratidin
www.asomiyapratidin.in