/asomiyapratidin/media/media_files/2026/01/03/1-2026-01-03-23-49-38.jpg)
ডিজিটেল ডেস্কঃ কাছাৰৰ শিলচৰ- হাফলং ৰাষ্ট্ৰীয় পথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰ আহত এটি ১০ বছৰীয়া শিশু। শিশুটিয়ে ৰাস্তা পাৰ কৰাৰ সময়তে হাফলং দিশৰ পৰা শিলচৰ অভিমুখী এখন তীব্ৰবেগী বাইকে প্ৰচণ্ড যোৰে খুন্দা মাৰে শিশুটিক। ফলত শৰীৰৰ বিভিন্ন স্থানত আঘাত পায় শিশুটিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-2026-2026-01-03-23-48-15.jpeg)
উল্লেখ্য যে- স্থানীয় ৰাইজে শিশুটিক বৰখলা হাস্পতালয়লৈ নিয়ে যদিও শিশুটিৰ অৱস্থা সংকটজনক হোৱাত শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। বৰখলা আৰক্ষীৰ উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা AS 24D- 4755 নম্বৰৰ বাইকসহ বাইকৰ আৰোহী দুজনক থানালৈ লৈ যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us