শাৰদীয় দূৰ্গোৎসৱৰ আনন্দৰ মাজতে জামুগুৰিহাটত অঘটন...

শাৰদীয় দূৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতেজামুগুৰিহাটত ঘটিল অঘটন৷ জামুগুৰিহাটত প্ৰতিমা বিসৰ্জন দি উভতি অহা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ গুৰুতৰ ভাবে আহত হল বহুকেইজন যুৱক। গুৰুতৰভাবে আহত হৈছে ১৫ জনৰো অধিক যুৱক।

author-image
Asomiya Pratidin
New Update
uyyydd
  • শাৰদীয় দূৰ্গোৎসৱৰ আনন্দ উল্লাসৰ মাজতে জামুগুৰিহাটত ঘটিল অঘটন৷
  • জামুগুৰিহাটত প্ৰতিমা বিসৰ্জন দি উভতি অহা গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ গুৰুতৰ ভাবে আহত হল বহুকেইজন যুৱক।
  • গুৰুতৰভাবে আহত হৈছে ১৫ জনৰো অধিক যুৱক।
  • কুসুমটোলাৰ পৰা জীয়াভৰলী নদীত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দি অহা মহেন্দ্ৰ চুপৰা গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হয় জামুগুৰিহাটত।
  • দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ হ'ল AS-12AC-8696।
  • দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত সকলোকে ভৰ্তি কৰোৱা হৈছে উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালত।
  • আহত সকলৰ মাজৰে সংকট জনক অৱস্হাৰ কেইজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লে প্ৰেৰণৰ যো জা৷
জামুগুৰিহাট