Published on :
Updated on :
- ছত্তীশগড়ৰ কোণ্ডাগাঁৱত ভয়ংকৰ দুৰ্ঘটনা।
- কোণ্ডাগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা।
- এখন ট্ৰাক আৰু এখন কাৰৰ মাজত মুখামুখি সংঘৰ্ষ।
- দুৰ্ঘটনাত থিতাতে নিহত ৪ জন লোক।
- আহত হৈছে ৩ জন।
- নিহতৰ পৰিয়াললৈ ২৫ হাজাৰ টকাৰ এককালীন সাহায্য চৰকাৰৰ।
- আহত সকলক প্ৰদান কৰা হ'ব বিনামূলীয়া চিকিৎসা।
- ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ।
Asomiya Pratidin
www.asomiyapratidin.in