মালিগাওঁ উৰণীয়া সেতুত বৃহৎ অঘটন...

মালিগাওঁ উৰণীয়া সেতুত বৃহৎ অঘটন...
মালিগাওঁ উৰণীয়া সেতুত বৃহৎ অঘটন...

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত অঘটন। উৰণীয়া সেতু নিৰ্মাণত জড়িত শ্ৰমিকৰ দুৰ্ঘটনা।

মালিগাওঁ উৰণীয়া সেতু নিৰ্মাণৰ অৱস্থাত আজি সংঘটিত হৈছে এই অঘটন। জানিব পৰা মতে কৰ্মৰত অৱস্থাতে উৰণীয়া সেতুৰ ওপৰত পিছলি পৰি এজন শ্ৰমিক।

ফলত গুৰুতৰ ভাৱে আহত হৈছে শ্ৰমিকজন। আহত শ্ৰমিকজন বৰপেটাৰ অলিফ খান বুলি জানিব পৰা গৈছে। আহত অলিফ খানত মালিগাঁৱৰ স্বাগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in