/asomiyapratidin/media/media_files/2026/01/15/1-2026-01-15-17-18-39.jpg)
ডিজিটেল ডেস্কঃ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চন্দামাৰীত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী AS 03 AE 9243 বাহনে একে দিশতে গৈ থকা AS 12 AF 4296 নম্বৰৰ এখন মটৰ চাইকেলক খুন্দা মাৰি ডিভাইডাৰৰ ওপৰত বাগৰি পৰে।
/asomiyapratidin/media/post_attachments/0321a7b3-11f.png)
ইপিনে দুৰ্ঘটনাত মটৰ চাইকেলত অহা দুই আৰোহী গুৰুত্বৰ ভাৱে আহত হয়। আহত লোক দুজন কাৰিবিল বঙালীৰ বিমল বৈষ্ণৱ আৰু পৰমানন্দ সৎনামী বুলি জানিব পৰা গৈছে। ইতিমধ্যে হেলেম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক গহপুৰৰ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে।
/asomiyapratidin/media/post_attachments/57569778-59a.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us