Published on:
Updated on:
- ঈদৰ দিনাই কোকৰাঝাৰৰ ভোটগাঁওত এবিএমছুৰ প্ৰতিবাদ ।
- হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ এবিএমছু সদস্যৰ ।
- এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্বৰ দাবী ।
- ২০১৭ জনৰ এক আগষ্টৰ দিনটোতে লাফিকুল ইছলাম আহমেদক অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে কোকৰাঝাৰৰ তিতাগুৰীত গুলিয়াই হত্যা কৰিছিল ।
- চিবিআই তদন্তৰ পিছতো কৰায়ত্ব নহল হত্যাকাৰী ।
- হাগ্ৰামা মহিলাৰীক সঁকিয়নি এবিএমছুৰ ।
- লাফিকুল ইছলাম আহমেদৰ ক্ষেত্ৰত সৰৱ ভূমিকা নোলাৱাৰ বাবে অনাগত নিৰ্বাচনত প্ৰত্যাহ্বানৰ সন্মুখীন হব হাগ্ৰামা ।
- বিপিএফক এশকনি দিবলৈ সাজু হৈছে সংখ্যালঘু ভোটাৰ ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in