নাহৰকটীয়াৰ সাংবাদিক আব্দুল ৰাজ্জাকলৈ ছহিদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতা বঁটা...

নাহৰকটীয়াৰ জেষ্ঠ সাংবাদিক আব্দুল ৰাজ্জাকলৈ আগবঢ়োৱা হৈছে শ্বহীদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতা বঁটা।অসমৰ মফচলীয় সাংবাদিক সংগঠন আসাম প্ৰেছ

author-image
Asomiya Pratidin
New Update
SDDD

ডিজিটেল সংবাদ, নামৰূপঃ নাহৰকটীয়াৰ জেষ্ঠ সাংবাদিক আব্দুল ৰাজ্জাকলৈ আগবঢ়োৱা হৈছে শ্বহীদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতা বঁটা।অসমৰ মফচলীয় সাংবাদিক সংগঠন আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৱে ।

অহা ৩ জানুৱাৰীত তিনিচুকীয়াত অনুষ্ঠিত হব লগা আপকুৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনত সাংবাদিকগৰাকীক প্ৰদান কৰা হব এই বঁটা।  শনিবাৰে  আপকুৰ কেন্দ্ৰীয় সমিতিৰ জুৰি বৰ্ডে এই বঁটাৰ বাবে নিৰ্বাচিত সাংবাদিক গৰাকীক।

২০০৮ চনৰ পৰা সংবাদক্ষেত্ৰৰ লগত জড়িত সাংবাদিক আব্দুল ৰাজ্জাকে আজিৰ অসম, দৈনিক জনসাধাৰণ,অসমীয়া খবৰ,এনই টিভি,আসাম টকছ,ডিৱাই৩৬৫ কে ধৰি অসমৰ বিভিন্ন বাতৰিকাকত আৰু বৈদ্যুতিন মাধ্যমত সেৱা আগবঢ়াই আহিছে। 

আপকু