অৰুণাচলত প্ৰাণ গ'ল তেজপুৰৰ যুৱকৰ

চুবুৰীয়া ৰাজ্যখনৰ চেঁচাৰ অঞ্চলৰ সমীপত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত নিহত তেজপুৰৰ যুৱক। 

author-image
Asomiya Pratidin
New Update
49
  • অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা। 
  • চুবুৰীয়া ৰাজ্যখনৰ চেঁচাৰ অঞ্চলৰ সমীপত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো।
  • দুৰ্ঘটনাত নিহত তেজপুৰৰ যুৱক। 
  • থিতাতে নিহত বাইক আৰোহী। 
  • নিহত যুৱকজন তেজপুৰৰ নিতুমনি ডেকা বুলি জানিব পৰা গৈছে।
অৰুণাচল প্ৰদেশ অৰুণাচল