ফাকুৱাৰ আনন্দ উল্লাসৰ মাজতে হাজোত কৰুণ ঘটনা

গা ধুবলৈ গৈ উভতি নাহিল নয়নপুৰৰ জয়প্ৰকাশ কলিতা (২৮), পাখামেলাৰ বিশাল দাস (২৩) আৰু শান্তিপুৰৰ সন্দীপ কলিতা (২২)।

author-image
Asomiya Pratidin
New Update
228
  • ফাকুৱাৰ আনন্দ উল্লাসৰ মাজতে হাজোৰ নয়নপুৰত কৰুণ ঘটনা।
  • হাজোৰ পুঠিমাৰী নৈত গা ধুবলৈ গৈ সন্ধানহীন তিনিজনকৈ যুৱক।
  • হোলী উপলক্ষে নৈৰ পাৰত সাতজনীয়া বন্ধুৰ দলে আয়োজন কৰিছিল ভোজভাতৰ।
  • খোৱাৰ পূৰ্বে তিনিও বন্ধুৱে পুঠিমাৰী নৈত নামিছিল গা ধুবলৈ বুলি।
  • কিন্তু গা ধুবলৈ গৈ উভতি নাহিল নয়নপুৰৰ জয়প্ৰকাশ কলিতা (২৮), পাখামেলাৰ বিশাল দাস (২৩) আৰু শান্তিপুৰৰ সন্দীপ কলিতা (২২)।
  • এইপৰ্যন্ত কোনো সন্ধান ওলোৱা নাই যুৱককেইজনৰ।
  • তিনি যুৱকক বিচাৰি নৈৰ বুকুত হাজো আৰক্ষী আৰু SDRFয়ে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান।
হাজো