জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ সন্দেহজনক সামগ্ৰী।অনন্তনাগ জিলাৰ ৱানপোহৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই উদ্ধাৰ হয় এটা বেগ।বেগৰ ভিতৰত বিস্ফোৰক সামগ্ৰী থকাৰ সন্দেহ কৰি স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক।ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দল উপস্থিত হৈছে।.পৰিত্যক্ত বেগৰ ভিতৰত কি আছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই।স্থানীয় সকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে।ঘটনাক কেন্দ্ৰ কৰি শংকিত হৈ আছে অঞ্চলবাসী।